ব্যস্ত
- Sahitya Chorcha
- Dec 30, 2020
- 1 min read
আমি বোৰ ব্যস্ত নাই সময় নিজৰ বাবে নাই সময় আপোন জনৰ বাবে। কোনোবাই আশা কৰে এশাৰী মাতৰ বাবে, কোনোবাই আশাকৰে এধানি ভাতৰ বাবে। নোৱাৰো দিব তথাপিও নিমিলে সময় কদাপিও, কাৰণ আমি ব্যস্ত, নাই সময় নিজৰ বাবে নাই সময় আপোন জনৰ বাবে। জীৱনবোৰ এতিয়া নহয় আগৰ দৰে কামৰ শেষত কথা পাতিম তোমাৰ সতে। নোৱাৰো দিব কথা সময়ে দিয়ে বাধা। কাৰন আমি ব্যস্ত নাই সময় নিজৰ বাবে নাই সময় আপোনজনৰ বাবে।
Yorumlar