top of page

বিবেক

  • Sahitya Chorcha
  • Dec 24, 2020
  • 1 min read

গুৰুৰ আসনত বিবেক বৈৰাগী, বিবেকহীন মগজু; জীৱাত্মা হয় ৰাগী। বিবেক জ্ঞান পুৰুষৰ, অপূৰ্ব দান ঈশ্বৰৰ। বিবেকক বোলা হয়, তৰোৱাল দুধাৰী। অসংযমী বিবেক, ধ্বংসাত্মক অস্ত্ৰ-ধাৰী। বিবেকে যোগায়, কৰ্মত সৎবুদ্ধি। নতুবা দৈত্য-বুদ্ধি, অহংকাৰৰ বৃদ্ধি। বন্দনা পাৰমাত্মাৰ নহয় কদাপি সিদ্ধি, হয় দেহাত্মাৰ সমাধি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page