গুৰুৰ আসনত বিবেক বৈৰাগী, বিবেকহীন মগজু; জীৱাত্মা হয় ৰাগী। বিবেক জ্ঞান পুৰুষৰ, অপূৰ্ব দান ঈশ্বৰৰ। বিবেকক বোলা হয়, তৰোৱাল দুধাৰী। অসংযমী বিবেক, ধ্বংসাত্মক অস্ত্ৰ-ধাৰী। বিবেকে যোগায়, কৰ্মত সৎবুদ্ধি। নতুবা দৈত্য-বুদ্ধি, অহংকাৰৰ বৃদ্ধি। বন্দনা পাৰমাত্মাৰ নহয় কদাপি সিদ্ধি, হয় দেহাত্মাৰ সমাধি।
- Dec 24, 2020
- 1 min read
বিবেক
0 views0 comments
Comments