বৃদ্ধাশ্ৰম
- Sahitya Chorcha
- Dec 31, 2020
- 1 min read
জীৱনৰ শেষ আশ্ৰয়ৰ স্থল বৃদ্ধাশ্ৰম | জীৱনৰ শেষ আশ্ৰয়ৰ স্থল বৃদ্ধাশ্ৰম | জী-জোঁৱাই,পুত্ৰ- বধূৰ ব্যস্ত জীৱন | জী-জোঁৱাই,পুত্ৰ-বধূৰ ব্যস্ত জীৱন | অভিশাপ নিদিওঁ কাকো, এয়েতো জীৱন ! কামনা কৰোঁ সবৰ উজ্জ্বল জীৱন ; কিয়নো!তেওঁলোক মোৰ আঁচলৰ ধন |
Comments