top of page

বছৰটোৰ বিদায় ক্ষণ

  • Sahitya Chorcha
  • Dec 31, 2020
  • 1 min read

বছৰটোৰ বিদায় ক্ষণ হ’ল সমাগত, তিতা-মিঠা অভিজ্ঞতা থাকিল লগত; আগন্তুক বছৰ যেন আশাপূৰ্ণ হয়, তাকেই কামনা কৰোঁ প্ৰভূৰ চৰণত|

コメント


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page