top of page

ফাঁকুৰ ৰং

ফাঁকুৰ ৰং চেনেহৰ ৰং, ফাঁকুৰ ৰং আনন্দৰ ৰং।

নাথাকেগে কাৰো জীৱন কলা-শুকুলা, সুখময় জীৱন এটিৰে মুক্তিৰ পথ মুকুলা।

ফাঁকুৰ ৰঙেৰে ৰঙীন আমাৰ পৃথিৱী, একতাৰ ফাঁকু জৰী আমাৰ বন্ধু-বান্ধৱী।

0 views0 comments

Related Posts

See All

Comments


bottom of page