top of page

ফাঁকুৰ ৰং

  • Sahitya Chorcha
  • Mar 29, 2021
  • 1 min read

ফাঁকুৰ ৰং চেনেহৰ ৰং, ফাঁকুৰ ৰং আনন্দৰ ৰং।

নাথাকেগে কাৰো জীৱন কলা-শুকুলা, সুখময় জীৱন এটিৰে মুক্তিৰ পথ মুকুলা।

ফাঁকুৰ ৰঙেৰে ৰঙীন আমাৰ পৃথিৱী, একতাৰ ফাঁকু জৰী আমাৰ বন্ধু-বান্ধৱী।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page