top of page

প্ৰেমৰ কল্পনা

  • Sahitya Chorcha
  • Jun 7, 2021
  • 1 min read

বহু লিখিলোঁ প্ৰেমৰ কবিতা তথাপি নাপালোঁ মোৰ কবিতাৰ প্ৰেমত মতলীয়া প্ৰেমিক

হঠাৎ শুনিলোঁ দুৰণিৰ পৰা ভাঁহি অহা এটি প্ৰেমৰ সুহুৰি মোৰ হিয়াত ঝংকাৰিত কৰি গ’ল প্ৰেমৰ অনুৰাগ

এতিয়া মাতাল মই তোমাৰ প্ৰেমৰ ৰাগিত উৰি ফুৰিছোঁ প্ৰেমৰ সুবাস লৈ মুক্ত বিহঙ্গ হৈ, পখিলা হৈ ফুলে পাতে গছে বনে তোমাৰ প্ৰেমৰ মায়াত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page