top of page

প্ৰেম

অজানিতে মনে মনে কিয় জানোঁ? আপোন পাহৰা হৈ পৰিলো তোমাৰ প্ৰেমত।

ক্ষনে ক্ষনে মোৰ হৃদয়ে বিচাৰে তোমাৰ দুটি ওঁঠৰ মিঠা হাঁহিৰ পৰশ।

ফাগুনৰ বতাহত পলাশৰ ৰং খানি কৰিলা মোৰ মন মতলিয়া, উতলোৱা যৌৱনক ভেটা দিব নোৱাৰোঁ বিচাৰোঁ তোমাক কাষত।

অজানিতে কিয় জানোঁ? আপোন পাহৰা হৈ পৰিলো তোমাক প্ৰেমত।

#assamesekobita #axomiyakobita #prem #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page