top of page

প্ৰশ্ন

  • Sahitya Chorcha
  • Jan 27, 2021
  • 1 min read

কৃষক হৈ কৃষক ধৰ্ম জলাঞ্জলি দি কিয় কৰিলা উপদ্ৰৱ উৎপাত উন্মাদনা? আহিছিলা মহাত্মাৰ অহিংসা আদৰ্শৰে নিজৰ অধিকাৰ অভ্যৰ্থিত কৰিবলৈ পিচে অহিংসা আদৰ্শ পৰিহাৰ কৰি কিয় গ্ৰহণ কৰিলা হিংসা নীতি ? গণতন্ত্ৰ দিৱসৰ শুভক্ষণত কিয় কৰিলা অগণতান্ত্ৰিক কাৰ্য্য? নিজ দেশৰ তিৰঙ্গাত নিজ দেশৰ সন্মানত নিজ দেশৰ আত্মাত কিয় কৰিলা আসুৰিক আঘাত? এয়া জানো লালা বাহাদুৰ শাস্ত্ৰী য়ে সন্মান কৰি যোৱা “জয় কিষান ”ৰ কাৰ্য্য হয়নে?

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page