top of page

প্ৰভুৰ মহালীলা

থিতাপি লৈছোঁ মই অনন্ত গগনত, অগ্নিৰ পক্ষী মই এই মৰতত।

বুকুৰ মাজত অসংখ্য অনুভূতিৰ মেলা, আমি মাথোঁ ক্ষুদ্ৰ অংশ প্ৰভুৰ এয়া মহালীলা।

কি লৈ আহিছিলোঁ কি লৈ যাম, সৰগ-নৰক সকলোতে প্ৰভু তোমাকে পাম।

0 views0 comments

Related Posts

See All
bottom of page