প্ৰভুৰ মহালীলা
- Sahitya Chorcha
- Apr 9, 2021
- 1 min read
থিতাপি লৈছোঁ মই অনন্ত গগনত, অগ্নিৰ পক্ষী মই এই মৰতত।
বুকুৰ মাজত অসংখ্য অনুভূতিৰ মেলা, আমি মাথোঁ ক্ষুদ্ৰ অংশ প্ৰভুৰ এয়া মহালীলা।
কি লৈ আহিছিলোঁ কি লৈ যাম, সৰগ-নৰক সকলোতে প্ৰভু তোমাকে পাম।
The website is being updated and edited. Please share comments on contact page.

Comments