প্ৰগতিৰ পথত জীৱনী
- May 20, 2021
- 1 min read
বনৰীয়া জীৱন এৰি সভ্য মানৱীয়ৰ অনুভূতি, সুখ পিপাসু মানৱৰ জটিল প্ৰক্ৰিয়াৰে গতি।
শৃংখলাবদ্ধ জীৱন মানৱ সভ্যতাৰ খুঁটি, মিত্ৰতা আৰু ভ্ৰাতৃত্ববোধ মানৱীয় প্ৰমূল্যবোধৰ ভেটি।
ইতিবাচক ভাৱধাৰাৰে প্ৰগতিৰ পথত জীৱনী, আন্তৰিকতা সমাজৰ মূল সঞ্জীৱনী।
শিক্ষা ব্যৱস্থা জীৱনত আধুনিকতাৰ সম্প্ৰসাৰণ, জ্ঞানৰ সন্ধানত বিজ্ঞানৰ বিবেক আলোড়ন।




Comments