top of page

পুষ্প হাঁহি

  • Sahitya Chorcha
  • Mar 19, 2021
  • 1 min read

আচ্ছন্ন কাদম্বিনীৰ কান্তিময় কাহিলি কান্তপক্ষী শান্ত হৈ কুহেলিকাৰ কাব্যকুঞ্জত শোভিত শব্দগুচ্ছ —– চন্দ্ৰকলাৰ লাৱণ্য লৈ। কুন্তলাৰ ফুটগধূলি —– কৰতীয়া মাখিৰ কূদৃষ্টি পোখালিৰ আগলী নাশ প্ৰসিদ্ধ আলোক শূন্য অপ্ৰতিৰোধ্য নিশা বিবেকৰ ওচৰত অন্ধতামিশ্ৰা অপ্ৰশুদ্ধ বায়ু গ্ৰাস কৰে কৰৱীৰ কুসুমজ্যোতি হেৰুৱাই যায় এটা নতুন সৰুজৰ দোকমোকালি হাঁহি। অপ্ৰমাৰ কৰতালি দংসন কৰে হৃদয়ৰ পষ্পাঞ্জলি! হেৰুৱাই যায় এটা নতুন পুষ্প হাঁহি।

Commenti


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page