top of page

প্রকৃতি

  • Sahitya Chorcha
  • Dec 22, 2020
  • 1 min read
ইমান মনোৰম ইমান ধুনীয়া হে পিতামহ- পৰম! মনুষ্যই তোমাক কৰিছে ঘুনীয়া। বিশ্বক তুমি মৰম দিছা, হৃদয় উজাৰি চেনেহ দিছা; সমস্ত জীৱমণ্ডলক সাৱটি আদৰিছা। মনুষ্যৰ নাই মমতা হেৰুৱাইছে জ্ঞান-মতি কি হব কি হব বিশ্বৰ গতি? তোমাৰ ধ্বংস লীলাত সকলো তৎপৰ নিৰ্মমতাৰ বলি তুমি, ক্ষমা-ক্ষমা হে ঈশ্বৰ!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page