পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ
- Sahitya Chorcha
- Jan 13, 2021
- 1 min read
ভাৰতৰ যুৱ শক্তি জগাই তোলা দেশ মাতৃক অন্তঃকৰনে সেৱা কৰা পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ আহ্বান জনাইছিল যুৱ শক্তিক সঁহাৰি জনাইছিল বহুজনে। দেশ স্বাধীন কৰা মানসেৰে যুঁজত জপিয়াইছিল। আজিও যুৱ শক্তিৰ বিশ্বাস স্বামীজীৰ বানীৰে অনুপ্ৰাণিত কৰে। কন্যা কুমাৰী সাগৰ বক্ষত শিলাস্মাৰকে। জীৱন আৰু বানীয়ে দেশবাসীক নৱ চেতনা দিয়ে।
Comments