নীৰৱ সাধনা
- Sahitya Chorcha
- Jan 7, 2021
- 1 min read
জুখিব পৰাহ’লে তোমাৰ মৰমৰ গভীৰতা সাগৰকে ক’লোহেতেন মনৰ বতৰা সুবিশাল আকাশৰ সতে তোমাক ৰিজাই চালোঁহেতেন যদি আছে আকাশৰ দৰে তোমাৰ প্ৰাণৰ আকুলতা ফুলি ৰ’ম আজীৱন এপাহি ৰঙা গোলাপ হৈ তোমাৰ বুকুতে জনম জনম| বুজা যদি এপলক বুকুৰ গোপন বেথা ধন্য হব জীৱন ,হৈ ৰ’বা তুমি জীৱনৰ নীৰৱ সাধনা|
Commenti