top of page

নীৰৱ সাধনা

জুখিব পৰাহ’লে তোমাৰ মৰমৰ গভীৰতা সাগৰকে ক’লোহেতেন মনৰ বতৰা সুবিশাল আকাশৰ সতে তোমাক ৰিজাই চালোঁহেতেন যদি আছে আকাশৰ দৰে তোমাৰ প্ৰাণৰ আকুলতা ফুলি ৰ’ম আজীৱন এপাহি ৰঙা গোলাপ হৈ তোমাৰ বুকুতে জনম জনম| বুজা যদি এপলক বুকুৰ গোপন বেথা ধন্য হব জীৱন ,হৈ ৰ’বা তুমি জীৱনৰ নীৰৱ সাধনা|

0 views0 comments

Related Posts

See All

Comments


bottom of page