top of page

নিবনুৱা সমস্যা আৰু সংস্থাপন

  • Sahitya Chorcha
  • May 14, 2021
  • 1 min read

নোৱাৰিছে অসমক আগুৱাব ব্যৰ্থ সকলো পৰিকল্পনা।

থলুৱা কেঁচা বস্তুৰ অভাৱ অপৰ্যাপ্ত বিজুলী উৎপাদন, উদ্যোগিকৰণৰ গতিও ধীৰ নাই অসম উন্নতিৰ সাধন।

অসমত বছৰে বছৰে ঘটে প্ৰাকৃতিক দুৰ্যোগ, প্ৰাকৃতিকভাৱে আকৰ্ষণীয় অসম পৰ্যটনৰ ব্যাপক সুযোগ।

অতিথি আপ্যায়নৰ লক্ষণ অসমীয়াৰ শিৰে শিৰে, পৰ্যটক আকৰ্ষিত হব এনে যোগাত্মক চিন্তাধাৰাৰে।

অসমৰ যুৱক যুৱতী যদিও বহু কামত প্ৰতিভাশালী, হয় প্ৰদূষিত মানসিকতা ঋণাত্মক চিন্তাধাৰাৰ বলী।

যুৱক যুৱতী দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ লোৱাৰ দৰকাৰ, নিবনুৱাই কৰক যত্নেৰে আগন্তুক সুযোগৰ সদব্যৱহাৰ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page