top of page

নিত্য অসমৰ্থ

  • Sahitya Chorcha
  • Jan 28, 2021
  • 1 min read

যি ভক্তিয়ে ভগৱত ভক্তিক নকৰে আকৰ্ষিত সেই ভক্তি ধ্ৰুৱস্মৃতি অন্বিত হ’লেও নহয় প্ৰাণৱন্ত

অপ্ৰতিহততাৰে প্ৰৱাহিত আত্মসমৰ্পণাত্মক মদমত্ত ভক্তিও পৰম পাদপদ্মৰ পৰ্ণাশ সুগন্ধি সুৱাস পাবলৈ নিত্য হয় অসমৰ্থ

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page