top of page

নাই ল’ৰাৰ নীতি শিক্ষা

  • Sahitya Chorcha
  • May 10, 2021
  • 1 min read

নাই কোনোফালে মানৱীয়তাৰ চিন, পুৰুষৰূপে নিজকে কৰিছোঁ বহুত ঘিণ।

নাই ল’ৰাৰ নীতি শিক্ষা তেজত উতলা যৌনচেতনা, দানৱৰ বিকল মগজুৰ আৱেগিক উত্তেজনা।

পিতৃ মাতৃয়ে ল’ৰাক নিদিয়ে কোনো সংস্কাৰ, নিৰ্যাতন-ধৰ্ষণ আদিৰে কৰে নাৰীক তিৰস্কাৰ।

ধৰ্ষণ আৰু হত্যাৰ দিনক দিনে বৃদ্ধি, যৌনক্ষুদাত শিশুকো নেৰে ভ্রষ্ট পিশাসৰ বুদ্ধি।

Коментарі


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page