top of page

নাই ল’ৰাৰ নীতি শিক্ষা

নাই কোনোফালে মানৱীয়তাৰ চিন, পুৰুষৰূপে নিজকে কৰিছোঁ বহুত ঘিণ।

নাই ল’ৰাৰ নীতি শিক্ষা তেজত উতলা যৌনচেতনা, দানৱৰ বিকল মগজুৰ আৱেগিক উত্তেজনা।

পিতৃ মাতৃয়ে ল’ৰাক নিদিয়ে কোনো সংস্কাৰ, নিৰ্যাতন-ধৰ্ষণ আদিৰে কৰে নাৰীক তিৰস্কাৰ।

ধৰ্ষণ আৰু হত্যাৰ দিনক দিনে বৃদ্ধি, যৌনক্ষুদাত শিশুকো নেৰে ভ্রষ্ট পিশাসৰ বুদ্ধি।

#assamesekobita #assamesepoem #nitisiksha #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page