ন সূৰযৰ প্ৰভাতী কিৰণে নতুন দিগন্তৰ সন্ধান দিব, সকলোৰে দুখবোৰ ধুই নিব অন্তৰত আঘাতবোৰ নোহোৱা হব বেদনাৰ জুইকুৰা নুমাই যাব, মাথো তুমি এবাৰ হাঁহি দিয়া উদুলি মুদুলি হব সাহিত্য চৰ্চাৰ মঞ্চৰ বাকৰি সকলোৰে লাগে মাথো সঁহাৰি মনৰ আন্ধাৰ আঁতৰ কৰি ৰজনি বিদূৰ হব, পোৱা নোপোৱাৰ দোমোজা আঁতৰ কৰি ন আলোকেৰে আগুৱাই যাম আমি সকলোৱে হাতে হাত ধৰি বিদায় ক্ষণত সহস্ৰ প্ৰণিপাতেৰে জনাও সকলোলৈকে নৱবৰ্ষৰ শুভকামনা।
#assamesekobita #axomiyakobita #nababarsharsubhakamona #SahityaChorcha