ধৰিলে ধৈৰ্য্য
- Sahitya Chorcha
- Dec 24, 2020
- 1 min read
সহ্যৰ সীমা চেৰোৱা অসহ্যৰ কক্ষপথত ধৰ্মনিষ্ঠ ধ্যানেৰে ধৰিলে ধৈৰ্য্য অপ্ৰতিৰোধ্য হ’বই সূৰ্যৰ বীৰ্য্য
কৃষ্ণাভ ডাৱৰৰ কুটিল কুৎচিত ডাংকোব অনায়সে অন্তৰ্হিত হোৱাটো অনিবাৰ্য্য
অসত্য অধৰ্ম অন্যায় অনাচাৰ সময়ে কোনোদিন নকৰে সহ্য নকৰে সহ্য ধৰিলে ধৈৰ্য্য সূৰ্য্য জ্বলাতো অনিবাৰ্য
Comments