top of page

দূৰৈত সৌ হাঁহি থকা জোনটিয়ে

দূৰৈত সৌ হাঁহি থকা জোনটিয়ে মোক হাত বাউলি মাতে তৰাৰ দেশলৈ, জোনাকে ধুৱাই নিয়া সময়তে আইতাৰ পৰীৰ দেশৰ নিচুকনি সাধুৱে উৰুৱাই নিয়ে অজান দেশলৈ।

0 views0 comments

Related Posts

See All

Comments


bottom of page