top of page

দৃপ্ত দুষ্প্ৰবৃত্তি

দুৰ্বিনিত দুৰ্বাসনাৰ দুৰ্বিপাকত দুৰ্বাদল দৃষ্ট হয় দুৰ্বুদ্ধি

দুধৰ্ষ দুৰ্দৈৱ্যৰ দুৰ্বোধ্য দুৰন্ত দুৰ্নীতিপৰায়ন দুৰাকাংক্ষাই দীপ্ত কৰে দৃপ্ত দুষ্প্ৰবৃত্তি

দুৰাচাৰী দুৰাভিসন্ধিৰ দুৰ্গন্ধই দিগ্বিদিকে দীৰ্ঘায়ণ কৰে দলাদলি

দুস্তজ্য দুৰ্দম্য দস্তুৰ ই দাৱানলাত্মক প্ৰবৃত্তি

0 views0 comments

Related Posts

See All

Komentarze


bottom of page