দুখে আৱৰি ধৰা পুৱা
- Sahitya Chorcha
- Feb 6, 2021
- 1 min read
“কাঁহিলি পুৱাতেই ঢপলিয়াই আহে মোৰ হৃদয়ৰ মাজলৈ এক ৰ্মমান্তিক দুখ।
কঁপালত হাত থৈ বাৰে বাৰে মোৰ দুচকুত ভাঁহি উঠে সেই বিষাদৰ ভগ্ন ছবি। গোট মাৰে দেহৰ আঘাটত কলিজাৰ ৰঙা তেজ।
বিষাক্ত কীট বোৰে আৱৰি ধৰিছে দেহত, দুখ বোৰ উজাই আহে বাৰে বাৰে মোৰ মনত! হয়টো,
অজানিতে কেতিয়াবা প্ৰান বায়ু উৰি যাৱ পাৰে সেই নৰ খাদকৰ দুহাতত।
Comments