তোমাৰ সান্নিধ্য
- Mar 10, 2021
- 1 min read
তোমাৰ কণ বিচ্ছেদত বৃদ্ধি বুকুৰ ধপধপনি, ৰিক্ত সময়ৰ সোঁতত ৰিক্ত হিয়াৰ উচুপনি।
মোৰ জীৱন চাকিৰ তুমিয়ে তো শলিতা, এতিয়াও সুঁৱৰো স্বৰ্ণ অতীতৰ মধুৰতা।
তোমাৰ সান্নিধ্যত মোৰ স্থিৰ জীৱন বিশ্বাস, তোমাৰ সতে বিলীন প্ৰতিটো শ্বাস নিশ্বাস।




Comments