তোমাৰ নিঃস্বাৰ্থ প্ৰেম
- Apr 8, 2021
- 1 min read
তোমাৰ নয়নত সূৰ্য্যৰ পোহৰৰ জিলিকনি, জীৱন হল আনন্দময় মুখত হাস্যৰ বিৰিঙনি।
তোমাৰ সতে থকা পলে মোক কৰিছে ধনী, তোমাৰ সতেহে পাৰিম কটাব সমস্ত জীৱনী।
তোমাৰ নিঃস্বাৰ্থ প্ৰেমে দিলে মূল্যৱান শিকনি, পাৰিম বাধা নেওচিবলৈ মেলিলো জীৱনৰ নাওঁখনি।




Comments