top of page

তোমাৰ আগমন

  • Sahitya Chorcha
  • Dec 29, 2020
  • 1 min read

অশ্ৰুসিক্ত এটি ফাগুনৰ, হেঙুলীয়া আভা আবেলিবোৰৰ। অসহায় ভাষা, মোৰ হৃদয়ৰ। আৱেগ প্ৰৱন মন, অগণিত জন গণ। হেৰুৱাইছোঁ নিজকে জগতত, জন সমাগমৰ ভিৰত। তোমাৰ আগমনত, তোমাৰ কোমল পৰশত, তোমাৰ প্ৰেমৰ সুবাসত, ব্যক্ত সকলো নয়নত। উমাল বাগিছাখন, হল মোৰ জীৱনত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page