তুমি আৰু তুমি
- Dec 30, 2020
- 1 min read
তোমাৰ ৰক্তিম কলিজাখন এপাহি তেজাল ৰক্ত জৱা। হৃদয়খন তেনেই ঠুনুকা, তোমাক ফুচুলাবলৈ আনি দিম তেজৰঙা গোলাপ। তোমাৰ হাঁহিত ফুলিব এপাহি তগৰ, চকুৰ পতাত নাচিব চাৱনি, দুগালত জিলিকিব পলাশৰ ৰঙা বগা সেন্দুৰীয়া হাঁহি।
The website is being updated and edited. Please share comments on contact page.

Comments