এজনী মৰম লগা ছোৱালী আছে তাইৰ কপালত চন্দনৰ ফোঁট, শিৰত হিৰতধাৰী হয়, তাই বিবাহিতা! সকলো জানিও ভালপাওঁ কাৰণ তাই দুৰ্ভগীয়া, তাই নিৰ্দোষী নহয়,আপুনি ভূল বুজিছে নিজ বাখনৰ তৃপ্তি পূৰাবলৈ নহয় মই তাইক ভালপাওঁ, তাইৰ দুখঃ বোৰক যত শৰীৰৰ আত্মাৰ মিলন আছে শৰীৰতো যুগ্ম ভোগৰ ক্ষান্তৰ মিলন মই তাইক বিচাৰোঁ দুখবোৰ পাহৰাবলৈ যত নাথাকিব শৰীৰৰ চিকাৰ মাথোঁ থাকিব দুটি আত্মাৰ মিলন হয় তাই বিবাহিতা!সকলো জানোঁ তথাপি পৃথিৱীৰ সুখ দিব বিচাৰো তাইৰ অতীতক পাহৰাই দুখবোৰ নেওচি নাভাবো শ জনৰ ইতিকিং ৰ তাচ্ছিল্য ভাবোঁ কেৱল তাইৰ ওঁঠৰ হাঁহিটো মই সেইজন নহয়,যিয়ে বাসনাৰ প্ৰেমত পৰে মই এইজন,যিয়ে তাই বিৰহত প্ৰেমত পৰিলোঁ। হয় তাই বিবাহিতা সকলো জানোঁ তথাপি তাই মোৰ জীৱন সংগী অপেক্ষাৰে
#SahityaChorcha #axomiyakobita #taibibahita #bibahita #assamesekobita