top of page

জীৱনটো এটা শিল্প

  • Sahitya Chorcha
  • Dec 17, 2020
  • 1 min read
জীৱনটো এটা শিল্প ৰামধেনুৰ দৰেই ই ৰঙীন ফুলৰ দৰে সুন্দৰ কবিতাৰ দৰে অৰ্থপূৰ্ণ উপন্যাসৰ দৰে জীৱনৰ পৃষ্ঠাবোৰ । জীৱনটো এটা চিৰযুগমীয়া শিল্প ।

~~~~ কাজল দাস

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page