top of page

চেনেহৰ বহাগ বিহুটি

অতিকৈ চেনেহৰ বহাগৰ বিহুটি, অনুপম নৱ ৰূপত জিলিকিছে প্ৰকৃতি।

গৰু বিহুৰ নতুন পঘা আঁৰি, হুঁচৰিৰ তালে তালে জীৱন সংগিনী বিচাৰি।

ডাঙৰক কৰি সেৱা সৎকাৰ, পাওঁ আশীৰ্বাদ আইতা-ককাৰ।

লাড়ু-পিঠাৰে কৰো ওৰে দিনটো উপভোগ, চেনেহীৰ পৰা বিহুৱান লবলৈ পাওঁ সুযোগ।

#assamesekobita #axomiyakobita #SahityaChorcha #Seneharbohag

0 views0 comments

Related Posts

See All
bottom of page