top of page

চেনেহৰ বহাগ বিহুটি

  • Sahitya Chorcha
  • Apr 14, 2021
  • 1 min read

অতিকৈ চেনেহৰ বহাগৰ বিহুটি, অনুপম নৱ ৰূপত জিলিকিছে প্ৰকৃতি।

গৰু বিহুৰ নতুন পঘা আঁৰি, হুঁচৰিৰ তালে তালে জীৱন সংগিনী বিচাৰি।

ডাঙৰক কৰি সেৱা সৎকাৰ, পাওঁ আশীৰ্বাদ আইতা-ককাৰ।

লাড়ু-পিঠাৰে কৰো ওৰে দিনটো উপভোগ, চেনেহীৰ পৰা বিহুৱান লবলৈ পাওঁ সুযোগ।

تعليقات


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page