খৰিকা জাঁই সুবাস
- Sahitya Chorcha
- Jun 11, 2021
- 1 min read
মোৰ কোঠাৰ কাষতে আছে খৰিকা জাঁই ফুলজোপা পুৱা খিড়ীকি খুলিয়ে তাৰ সুবাস পাওঁ মই সেই সুবাসত বিচাৰি পাওঁ মোৰ মনৰ বাসনা হেঁপাহৰ সোনোৱালী সপোন কৰ্মস্পৃহা…… উদ্যমতা…… হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পে খৰিকা জাঁই সুগন্ধি সেই সুবাসতে…. ফুলি উঠে মোৰ তেজাল কলিজা সৃষ্টি হয় এক কেচা কবিতা……
Comments