top of page

কালচক্ৰ

  • Sahitya Chorcha
  • Feb 17, 2021
  • 1 min read

সময় গৈছে উৰি টিক টিক টিক, জীবনৰ প্রতিটো পল হয় জিক্ মিক্। নিদিবা হেৰাই যাব অতীতৰ সোঁৱৰণি, ভবিষ্যতো আহিব এদিন কুৱঁলী ফালি।

নেভাবিবা বৰ্তমানক ধৰি ৰাখিবা বুলি, নহলে জীৱনৰ ৰহন কেনেকৈ হ’ব সলনি?

Commenti


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page