top of page

কাব্যশিল্প

  • Sahitya Chorcha
  • Dec 26, 2020
  • 1 min read

কাব্যশিল্প কনককান্তি কল্লোলিত অনিন্দ্যসুন্দৰ অনিবৰ্চনীয় আত্মসন্তুতি অন্তৰ্নিহিত প্ৰৱল প্ৰতাপী পৱিত্ৰ অখন্ড প্ৰেমমণ্ডলমণ্ডিত প্ৰাঞ্জল প্ৰোজ্জ্বল সূৰ্য্য সাধনা

বিম্বাশৱদে বিম্বিত হৈ হৈ বিমূৰ্ত বিমুক্তিৰে অনিবাৰ বিগলিত হয় য’ত নৱৰস সিদ্ধ নিৰলস নিৰ্মল নিৰ্গুন মানৱ বন্দনা

কাব্য শিল্প অন্যতম অনন্য সাধনাসিক্ত আত্মা পৰমাত্মাৰ মিলন প্ৰয়াসী বন্দনা কবিত্ব কাব্য বাস্তৱ য’ত কবিৰ নিত্য অঙ্গনা

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page