মানৱ আজি কংক্ৰিটলৈ ধাৱমান হৃদয়হীন অমানৱীয়তাৰ পয়োভৰ প্ৰতিযোগিতা চলে কংক্ৰিটৰ বিনাশ আৰু ধ্বংসৰ৷
কংক্ৰিটৰ আগ্ৰাসন প্ৰকৃতিৰ দুৰ্যোগ হল মানৱৰ মন কংক্ৰিটলৈ প্ৰসাৰিত হল সুউচ্চ অট্টালিকাৰ প্ৰতিযোগিতা চলে ৰংবিৰঙ টাইলছৰ চাৰি ছয় যুক্ত পথ সাজে মানৱ আজি কংক্ৰিটলৈ ধাৱমান হল৷
জীৱ-জন্তুৰ থকা ঠাই চিৰিয়াখানা হল কাষে কাষে কংক্ৰিটৰ দালান হল পৰিব্ৰাজকৰ বাবে প্ৰতিযোগিতা হল জীৱ-জন্তু প্ৰদৰ্শন বস্তু হল৷
পলিটিক্স মানৱৰ ধৰ্ম হল কংক্ৰিট মনৰ আগ্ৰাসনত মানুহ নিজে গৌৰাৱাম্বিত হল মানুহে মানুহৰ ধ্বংসৰ প্ৰতিযোগিতাত নিবৃত্ত হল৷ পলিটিক্স মানৱৰ কৰ্ম হল৷
কংক্ৰিট মন, চিৰি সাজিছে দূৰ দিগন্তত উৰা মাৰিছে গঢ়িব কংক্ৰিটৰ ঘৰ গ্ৰহ উপগ্ৰহত৷
কংক্ৰিট মনৰ মানৱ আজি যান্ত্ৰিক হল কংক্ৰিটৰ সেউজীয়া বজাৰ হল মানৱ আজি কংক্ৰিটত পৰিণত হল৷
Comments