top of page

কবিতা আৰু প্ৰেম

  • Jan 12, 2021
  • 1 min read

দায়িত্ব তাগিদাত নে কৰ্তব্য তাগিদাত নে নৈতিক নিয়ন্তাৰ স্বাৰ্থত,

আপোচহীনতাত পকনীয়াৰ পাকৰ দৰে সোমায় পৰিলো তোক ভালপোৱাৰ বাবে।

নিচাগ্ৰস্ত কেৱল তোৰ বাবে আৰু তই মায়াৱী সপোন, তোৰ শব্দৰ মায়াত প্ৰথম প্ৰেমৰ কঁপনি।

তোৰ দৰে মোৰো আছে হৃদয় আছে তাত ভৰি প্ৰেম-ভালপোৱ ,দুখ-সুখ,মান-অভিমান কবিতা ভালপোৱা মানুহে সাৰে থাকে ওৰে ৰাতি ৰাতিটো।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page