top of page

ঐ ভাবিছা নেকি?

ঐ ভাবিছা নেকি? পাহৰি পেলাইছোঁ বুলি তোমাক! নাই পাহৰা আৰু নাপাহৰোঁ৷ পাহৰিমেই বা কিয়? কেতিয়াবা নিজক পাহৰি পাইছা নে তুমি? অ’ মই পিছে পাইছোঁ .. কেতিয়া জানানে? যেতিয়াই তোমাৰ আকাশ নীলা চকুহাল মনলৈ আহে , তেতিয়াই .. মই পাহৰোঁ নিজক৷

#Assameseshyari #Assamesestabak #Bhabisaniki #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page