ঐ ভাবিছা নেকি? পাহৰি পেলাইছোঁ বুলি তোমাক! নাই পাহৰা আৰু নাপাহৰোঁ৷ পাহৰিমেই বা কিয়? কেতিয়াবা নিজক পাহৰি পাইছা নে তুমি? অ’ মই পিছে পাইছোঁ .. কেতিয়া জানানে? যেতিয়াই তোমাৰ আকাশ নীলা চকুহাল মনলৈ আহে , তেতিয়াই .. মই পাহৰোঁ নিজক৷
#Assameseshyari #Assamesestabak #Bhabisaniki #SahityaChorcha