এজাক বৰষুণ
- Sahitya Chorcha
- Jan 24, 2021
- 1 min read
হিমাছল বুকুত এজাক বৰষুণ নামিচিল বৰষুণ জাকত তিটাৰ হেপা এটা আছিল।
তোমাৰ হাতত ধৰি হিয়াত তোমাৰ স্মৃতি ভোৰে তেতিয়া মোক আগুৰী ধৰিছিল।
তুমি হয়টো থকা হলে কিমান ভাল লাগীল হয় হেয়া মই ভাষাৰে বোজাৱ নোৱাৰিম?
তোমাৰ অনুপ্ৰস্ততীতাই আজি মোক বাৰোঁকৈ নিৰাশ কৰিছে জানা প্ৰিয় ৰ্তমা
Comments