top of page

এচেৰেঙা ৰ’দৰ আশাৰে

বেলি উদয় হলে ৰ’দৰ উত্তাপ বাঢ়ে শীতৰ এচেৰেঙা ৰদে প্ৰকৃতিৰ বুকুলৈ অনাৱিল সুখ কঢ়িয়াই আনে। ৰ’দৰ জিলিঙনিত এন্ধাৰ কোঠাত জিলিকে গাভৰু হতঁৰ ৰঙা বগা গাল, ৰ’দৰ উত্তাপ বাঢ়িলে সিহঁতৰ দেহত জিলিকে ঘাম।

বেলি উদয় হলে সেউজ প্ৰকৃতিৰ ওঠঁত জিলিকে হাঁহি ন বোৱাৰী হতেও নৈৰ পানীত মলিয়ন মুখৰ বৰণ সলায়! সলায় নতুন সাঁজ। ৰ’দৰ উত্তাপ বাঢ়িলে শীতৰ এচেৰেঙা ৰ’দত বহি ন বোৱাৰী হঁতে দাপোনত বাৰে বাৰে চাই মুখ কঁপালত আঁকে সেন্দুৰীয়া বেলিৰ তিলক।

0 views0 comments

Related Posts

See All

Comments


bottom of page