top of page

এচেৰেঙা ৰ’দৰ আশাৰে

  • Sahitya Chorcha
  • Jan 3, 2021
  • 1 min read

বেলি উদয় হলে ৰ’দৰ উত্তাপ বাঢ়ে শীতৰ এচেৰেঙা ৰদে প্ৰকৃতিৰ বুকুলৈ অনাৱিল সুখ কঢ়িয়াই আনে। ৰ’দৰ জিলিঙনিত এন্ধাৰ কোঠাত জিলিকে গাভৰু হতঁৰ ৰঙা বগা গাল, ৰ’দৰ উত্তাপ বাঢ়িলে সিহঁতৰ দেহত জিলিকে ঘাম।

বেলি উদয় হলে সেউজ প্ৰকৃতিৰ ওঠঁত জিলিকে হাঁহি ন বোৱাৰী হতেও নৈৰ পানীত মলিয়ন মুখৰ বৰণ সলায়! সলায় নতুন সাঁজ। ৰ’দৰ উত্তাপ বাঢ়িলে শীতৰ এচেৰেঙা ৰ’দত বহি ন বোৱাৰী হঁতে দাপোনত বাৰে বাৰে চাই মুখ কঁপালত আঁকে সেন্দুৰীয়া বেলিৰ তিলক।

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page