top of page

এক চিন্তা

  • Sahitya Chorcha
  • Mar 14, 2021
  • 1 min read

ভাইহঁত জাতিটো নাথাকিব ভাইহঁত দেশখন বিক্ৰী হব ভাইহঁত বুজিওঁ নুবুজ কিয়?

ভাইহঁত চলনাত ভোল গলি কিয়? ভাইহঁত ভাষাওঁ হেৰাই যাব ভাইহঁত দেশৰেমাটিত তেজৰ তুমৰলি হব হব যেন লাগিছে

ভাইহঁত নিজৰে মাটিত নিজেই আলহী হ’ম যেন লাগিছে তেতিয়া সময় আৰু নাথাকিব!

ভাইহঁত শান্তনাত শুবলৈ এৰিবৰ হ’ল ভাইহঁত একমুঠ হৈ ভাৱিৰ হ’ল! সময়ে নহলে কাকো ক্ষমা নকৰিব। ভাইহঁত কথাবোৰ এয়াকে কলো!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page