top of page

উৰণিয়া মন

  • Sahitya Chorcha
  • Feb 9, 2021
  • 1 min read

উৰি যায় মন মোৰ উৰি গুছি যায়, উৰণিয়া পখী মোৰ এই মন। থৈ যায়, হৃদয়ত গুজি থৈ যায়, অলেখ নিশাৰ অতৃপ্ত প্ৰেমৰ স্বপ্ন ৷ কৈ যায় জীৱন-গাঁথাৰ, কৈ যায়, যৌৱন, প্ৰেম, দুখ আৰু মমতা শ্বাশত। উৰি যায়, মন মোৰ উৰি গুছি যায়, জুখিব নোৱাৰা সীমাহীন দিগন্তৰ সিপাৰত৷

Kommentare


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page