আঘোনৰ নিৰিবিলি সোনোৱালী পথাৰত হেঙুলীয়া হেমন্তৰ হেঙুল হাইতাল সনা ৰ’দ
বিষাদ বিষাদ উদাস উদাস হতাশ হতাশ উৰুঙা উৰুঙা ৰমনীয় ৰান্ধনী ৰ’দ
অজান বেদনা অজানিতে বোৱাই নীৰৱে নীৰৱে উচুপে মোৰ হিয়াই কি জানো হেৰুৱালো ক’ত
#assamesekobita #axomiyakobita #SahityaChorcha #udakhhotakhaaghunorabeli