উওৰ নাপালো বিচাৰি
- Feb 22, 2021
- 1 min read
জীৱনৰ জটিল পথত উওৰ নাপালো বিচাৰি।
এন্ধাৰ নিশা একা বেকা পথত দুকুৰি বছৰ পাৰ হৈ গ’ল!
টোপনীত লাল কাল কঢ়িয়াই লৈ ফুৰোঁ চকুৰ পতাত উজাগৰে পাৰ কৰোঁ সময় বোৰ।
নিশা বোৰৰ সতে কথা পাতো অকল সৰে!
মাজ নিশা ফেচাৰ উৰুলি শুনি দুখোজ আগুৱাই গলোঁ।
জীৱনৰ জটিল পথৰ সংবাদ বিচাৰি।
সময় বোৰ এনে দৰেই বাগৰি গ’ল নিয়ঁতিৰ নিষ্টুৰ সময়টো জীৱনৰ জটিল পথত নাপালোঁ একো উওৰ বিচাৰি।




Comments