আশ্চৰ্য মহান অনুভূতিয়েই
- Sahitya Chorcha
- Jan 20, 2021
- 1 min read
সৰ্বিকল্প সমাধি অতিক্ৰমি নিৰ্বিকল্প সমাধিত যিকৰে পূৰ্ণ অৱস্থান অন্তৰ্বাহ্য সবাতে দৰ্শন কৰে অনন্ত পূৰ্ণব্ৰহ্ম অবিশ্ৰান্ত দিব্য অমৃত ধাৰাৰে বয় প্ৰদীপ্ত ব্ৰহ্মজ্ঞান
শিৱশক্তি সংযুক্ত প্ৰেমজ্ঞান বৈৰাগ্য ভক্তি একীভূত এই অতিব আশ্চৰ্য্য মহানুভূতিয়েই ব্ৰহ্মানন্দ য’ত আত্মাই নিৰৱধি নিৰৱকাশ মহাৰাসৰ মহাৰস প্ৰগলভতাৰে কৰে পাণ
Comments