top of page

আলসুৱা হিয়া

আলসুৱা হিয়াত বাজিছে গীতৰ ঝংকাৰ, অসংখ্য অনুভূতিৰে পূৰ্ণ সোণালী স্বপ্ন নিৰাকাৰ।

আলসুৱা হিয়াত অনন্ত অপাৰ চেনেহ, একাজলি বিশ্বাসত বগাইছোঁ দেহে কেহে।

আলসুৱা হিয়াত জীৱনৰ ন-ধাৰা পাত, পৰমাত্মাৰ চৰণত শ্ৰদ্ধা ভক্তিৰ প্ৰণিপাত।

#alakhuwahiya #assamesekobita #axomiyakobita #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page