top of page

আলসুৱা হিয়া

  • Sahitya Chorcha
  • Feb 20, 2021
  • 1 min read

আলসুৱা হিয়াত বাজিছে গীতৰ ঝংকাৰ, অসংখ্য অনুভূতিৰে পূৰ্ণ সোণালী স্বপ্ন নিৰাকাৰ।

আলসুৱা হিয়াত অনন্ত অপাৰ চেনেহ, একাজলি বিশ্বাসত বগাইছোঁ দেহে কেহে।

আলসুৱা হিয়াত জীৱনৰ ন-ধাৰা পাত, পৰমাত্মাৰ চৰণত শ্ৰদ্ধা ভক্তিৰ প্ৰণিপাত।

コメント


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page