top of page

আমাক এনে নেতাৰ প্ৰয়োজন

নিকা চৰিত্ৰৰ ৰাজনৈতিক বিচক্ষণতা তন্ন তন্ন, নিৰপেক্ষ দৃষ্টিভংগী সবল ব্যক্তিত্বসম্পন্ন।

জনগণৰ সতে প্ৰত্যক্ষ সম্পৰ্কত, দেশপ্ৰেমী-দেশহিতৈষী জাতীয় স্বাৰ্থত কৰ্মৰত।

নিষ্ঠাৱান ব্যক্তি যি দিয়ে সকলো জাতিক সুৰক্ষা, আমাক এনে নেতাৰ প্ৰয়োজন সৰ্ব জনসাধাৰণৰ প্ৰত্যাশাপ্ৰত্যাশা।

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page