top of page

আত্মবিশ্বাসৰ সেতু

জীৱনৰ প্ৰতি পল জীৱনৰ প্ৰতি ক্ষণ, অটুট আত্মবিশ্বাস আভ্যন্তৰীণ শক্তিৰ ইন্ধন।

বিফলতাৰ বান্ধোন স্বীকাৰ ঋণাত্মক চিন্তাৰ হাহাকাৰ, আত্ম বিশ্বাসৰ বল অদ্ভুত-অদম্য-নিৰাকাৰ।

সৰ্ব জগত থিয় তোমাৰ বিৰুদ্ধে যিহেতু, একমাত্ৰ সাৰথি তোমাৰ আত্ম বিশ্বাসৰ সেতু।

আত্ম বিশ্বাসীৰ কার্যফল অসাধ্যও হয় সাধ্য, কৃতকাৰ্য স্বয়ংকৃতভাবে পদ চুম্বীবলৈ বাধ্য।

0 views0 comments

Related Posts

See All

Comments


bottom of page