top of page

অৱসাদ

নিয়ৰসনা চকুঁযুৰিত দেখিছো প্ৰেমৰ আকুলতা স্নিগ্ধ জোনাকত দুৱৰিৰ পাতৰ হিম শীতলতা ।

ভাগৰুৱা দেহৰ অৱসাদে আনে চকুৰ জড়তা নিশাৰ নীৰলতাত শুই পৰা দেহৰ নীবিড় স্থবিৰতা।

#assamesekobita #axomiyakobita #oboxad #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page