অস্তিত্ব সংকটৰ চলচ্চিত্ৰ
- Sahitya Chorcha
- Jun 6, 2021
- 1 min read
জলবায়ু পৰিৱৰ্তনৰ পটভূমিত গোলকীয় উষ্ণতাৰ বৃদ্ধি, সদায় নতুনকৈ উদ্ভৱ সংক্ৰামক ৰোগ ব্যাধি।
বিগত দশকৰ ভিতৰতে অভূতপূৰ্ব পৰিৱেশ পৰিৱৰ্তন, মানৱ সঞ্চালিত কৰ্মকাণ্ডত অৱিৰত বনাঞ্চল ধ্বংসীকৰণ।
ক্ৰমান্বয়ে হ্রাস পাইছে বন্যপ্ৰাণীৰ বিচৰণক্ষেত্ৰ, লোভ-আগ্ৰাসনত আৰম্ভণি অস্তিত্ব সংকটৰ চলচ্চিত্ৰ।
মানুহৰ প্ৰকৃতিবিৰোধী কাৰ্যত অত্যধিক আত্মঘাটি অস্ত্ৰ-শস্ত্ৰ, ভৱিষ্যত মহামাৰীৰ আশংকা বিশৃংখল ধৰণীৰ পৰিৱেশতন্ত্ৰ।
Comments