top of page

অসমৰ কণী যুঁজ

অসমৰ কণী যুঁজ সকলোৰে প্রিয় খেল, বিহুৰ উৰুকালৈ কণী যুঁজৰ মেল।

কঢ়িৰে টুকুৰিয়াই কণীৰ কাঠিন্য পৰীক্ষণ, আনন্দত মাতাল ওচৰ চুবুৰীয়াৰ মিলন।

কণী খেলৰ খেলাৰু আবল-বৃদ্ধ-বণিতা, বহাগৰ আগজাননী টনকিয়াল হয় মিত্ৰতা।

0 views0 comments

Related Posts

See All

Comentários


bottom of page