top of page

অসমৰ কণী যুঁজ

  • Sahitya Chorcha
  • Feb 22, 2021
  • 1 min read

অসমৰ কণী যুঁজ সকলোৰে প্রিয় খেল, বিহুৰ উৰুকালৈ কণী যুঁজৰ মেল।

কঢ়িৰে টুকুৰিয়াই কণীৰ কাঠিন্য পৰীক্ষণ, আনন্দত মাতাল ওচৰ চুবুৰীয়াৰ মিলন।

কণী খেলৰ খেলাৰু আবল-বৃদ্ধ-বণিতা, বহাগৰ আগজাননী টনকিয়াল হয় মিত্ৰতা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page