top of page

অশোক চক্ৰ

  • Apr 9, 2021
  • 1 min read

তুমি থাকা ক’ত? বকুল বনত নে? তাৰকা দেশত।

দুহাত মেলি নাপাওঁ ঢুকি, ৰিঙিয়াই মাতিলেও নোচোৱা ঘুৰি।

নিজ লক্ষ্যত উপনীত হৈ অগ্ৰাধিকাৰ সাব্যস্ত কৰি তিনি ৰঙৰ পতাকাৰ মাজত বতাহৰ তালে তালে বিজয়ৰ নিচান উৰুৱাই থাকা তুমি ভাৰত জিনি।।

বন্দে মাতৰম্। বন্দে মাতৰম্‌।।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page