সৰুতে ঘাটমাওৰা হোৱা নিকুমনিয়ে একমাত্ৰ ভায়েকক মাকৰ মৰম দি তুলি-তালি ডাভঙৰ-দীঘল কৰিলে। ভায়েক ডাঙৰ হ’ল। মদৰ ব্যৱসায় আৰম্ভ কৰিলে |বায়েকে মানা কৰা স্বত্তেও নুশুনিলে। মদপী ঘৰত নধৰা হ’ল ;বায়েকৰ নিৰাপত্তা নোহোৱা হ’ল। আজি নিকুমনিক চুলিত ধৰি চোঁচোৰাই ঘৰৰ পৰা বাহিৰ কৰি দিলে মৰমৰ ভায়েকে ;কাৰণ তাই অমান্তি হ’ল মদপীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ। গাঁৱৰ মানুহেও চাই থাকিলে নীৰৱ দৰ্শক হৈ।
top of page
The website is being updated and edited. Please share comments on contact page.
Related Posts
See Allbottom of page